আহি আছেঃ নতুন কিতাপ

 আপোনালোকৰ মাজলৈ অতি শীঘ্ৰেই আহি আছে নিকু দুৱৰাৰ নতুন কিতাপঃ "সমালোচকৰ টোকাবহী (প্ৰথম খণ্ড)"। এই গ্ৰন্থখনত সন্নিৱিষ্ট থাকিব  নিকু দুৱৰাৰ বিভিন্ন গ্ৰন্থ সমালোচনা আৰু চিনেমাৰ সমালোচনা।




গ্ৰন্থখন উপলব্ধ হ'ব এইটো ব্লগত (nikuduwarah.blogspot.com/)। কিতাপখন পাবলৈ চাই থাকক নিকু দুৱৰা ব্লগ।

Buy Me a Coffee at ko-fi.com

Post a Comment

0 Comments